মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে, অসমৰ বাবে অশনি সংকেত নেকি?

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে। প্ৰতিদিনে ভয়াৱহভাবে নতুন নতুন ক’ভিড পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮৫২জন লোক আক্ৰান্ত হৈছে। ইয়াৰ লগতে ক’ভিডৰ হাতত পৰাস্ত হৈ দুজন লোকৰ মৃত্যু ঘটিছে। এইপৰ্যন্ত মিজোৰামত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১,৪৪,৬২৪গৰাকীলৈ। বৰ্তমান ৩,৬১৭গৰাকী লোকৰ চিকিত্সা চলি আছে। ৰাজ্যখনত ক’ভিডত মৃত্যু ঘটিছে মুঠ ৫৫৭জন লোকৰ। কভিডক পৰাস্ত কৰি ১,৪০,৪৫০গৰাকী লোকে আৰোগ্য লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...