কাইলৈ-পৰহিলৈ চৰকাৰী শিক্ষকে নাপায় বন্ধ, নিয়মীয়াভাবে চলিব পাঠদান

কাইলৈ বিশেষ ছুটী লাভ নকৰে চৰকাৰী শিক্ষকসকলে। ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী বন্ধ লাভ নকৰে শিক্ষক আৰু শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে। ৬ আৰু ৭ জানুৱাৰীৰ পৰিৱৰ্তে ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ লাভ কৰিব চৰকাৰী শিক্ষকসকলে। যাৰ পৰিপ্ৰেক্ষিতত ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ থাকিব অসমৰ স্কুলসমূহ। ইয়াৰ পূৰ্বে ৬-৭ জানুৱাৰীত বিশেষ ছুটীৰ দিন বুলি দিছিল জাননী। যিসকলৰ মাক-বাপেক আৰু শহুৰ-শাহুৰক সাক্ষাতৰ বাবে দুদিন অতিৰিক্ত বিশেষ ছুটী মঞ্জুৰ কৰিছিল চৰকাৰে। কেৱল শিক্ষকেই নহয়, আৰক্ষী আৰু জৰুৰী সেৱাৰে জড়িত বিভাগসমূহেও নিজৰ নিজৰ বিভাগীয় সুবিধা অনুসৰি কৰ্মচাৰীসকলক বিশেষ ছুটী মঞ্জুৰ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...