নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ হ’ব নেকি AFSPA?

  • নাগালেণ্ডত AFSPA সম্পৰ্কত পৰ্যালোচনা
  • কেন্দ্ৰই গঠন কৰিছে বিশেষ পৰ্যালোচনা কমিটী
  • ৬জনীয়া কমিটীয়ে পৰ্যালোচনা কৰিব AFSPA সম্পৰ্কত
  • ড০ বিবেক যোশীৰ অধ্যক্ষতাত গঠিত হৈছে এই কমিটী
  • কমিটীত আছে নাগালেণ্ডৰ মুখ্য সচিব জে আলমসহ কেইবাজনো বিষয়া
  • ৩ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কমিটীয়ে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...