গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা!

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতি বৰুৱালৈ ডিব্ৰুগড় আৰক্ষীৰ আইনী জাননী। ২৪ ঘণ্টীয়া বন্ধ ঘোষণাক লৈ কঠোৰ ডিব্ৰুগড় আৰক্ষী। শীঘ্ৰে বন্ধ প্ৰত্যাহাৰ নকৰিলে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে গ্ৰহণ কৰিব আইনী ব্যৱস্থা। আজি পুৱা ৫ বজাৰ পৰা আছুৱে ৰূপায়ণ কৰিছিল বন্ধৰ কাৰ্যসূচী। আছুৰ এই প্ৰতিবাদত স্তব্ধ হৈ পৰিছিল ডিব্ৰুগড়, তিনিচুকীয়া জিলা। নীতিবৰ্হিভূতভাৱে এনে বন্ধ কাৰ্যসূচী ঘোষণা কৰাক লৈ সন্মুখীন হ’‍ব পাৰে কঠোৰ শাস্তিৰ। শংকৰজ্যোতি বৰুৱাক বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ ডিব্ৰুগড় আৰক্ষীৰ কঠোৰ সকীয়নি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...

২০৩৫ চনৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ: ইছৰ’ৰ অধ্যক্ষ

ভাৰতে ২০৩৫ চনৰ ভিতৰত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেচন' (BAS) নামৰ...