NKTV Impact | জাগীৰোডৰ দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল মন্ত্রী পীযুষ হাজৰিকা

  • ‘জনসাধাৰণ LIVE’ত জাগীৰোড সমষ্টিৰ এক দুৰ্ভগীয়া পৰিয়াল
  • শাৰীৰিকভাৱে বিশেষ সক্ষম দুটাকৈ সন্তান; মাতৃ নিঃসহায়
  • পৰিয়ালটোকলৈ আৱেগিক হৈ পৰিছিল অনুপম চক্ৰৱৰ্তী
  • অৱশেষত মন্ত্রী পীযুষ হাজৰিকাৰ চকুত পৰিল পৰিয়ালটো
  • অনুপম চক্ৰৱৰ্তীলৈ ফোন মন্ত্রী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব পিনাকী দাসৰ

‘পৰিয়ালটোক সহায় কৰিবলৈ আমি পূৰ্বৰে পৰা প্ৰস্তুত আছিলোঁ’

‘কেৱল তেওঁলোক লাহৰিঘাটৰ পৰা উঠি অহাৰ বাবে কিছু ফৰ্মেলিটি কৰিব লাগিব’

‘লাহৰিঘাটৰ পৰা জাগীৰোড সমষ্টিৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ অনিচ্ছুক পৰিয়ালটো’

‘আমি আকৌ চেষ্টা কৰিম, তেওঁলোকৰ নাম সমূহ জাগীৰোড সমষ্টিৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ’

‘ৰেচন কার্ডকে ধৰি প্ৰয়োজনীয় সকলোবোৰ কাগজ পত্র সালসলনি হ’লেই তেওঁলোকৰ সকলো অভাৱ দূৰ কৰিবলৈ মন্ত্রী প্ৰস্তুত…’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...