বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে

বিজেপিত যোগদান কৰিব ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে। বিধানসভাৰ অধিৱেশনৰ মাজতে বিজেপিৰ এই চমক। এতিয়াও কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নাই দাসে। গামোচাৰে আদৰণি ৰহাৰ বিধায়কজনক। মুখ্যমন্ত্ৰীৰ ঘোষণা-তেওঁ চৰকাৰৰ পক্ষত থাকিব। চৰকাৰৰ লগত থকাৰ আগ্ৰহ শশীকান্ত দাসৰ। যোগদান কৰা-নকৰা সন্দৰ্ভত পৰৱৰ্তী সময়ত সিদ্ধান্ত হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজ্যত আন এটা সমষ্টিত উপ নিৰ্বাচন হোৱাটো স্পষ্ট হ’ল। থাওৰা, মৰিয়নী, ভবানীপুৰৰ পিছত আন এগৰাকী বিধায়কে যোগ দিব শাসকীয় দলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...