এইবাৰ দিছপুৰ আৰক্ষীৰ এনকাউণ্টাৰ, ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালা গুলীবিদ্ধ

১২ ঘণ্টাৰ ভিতৰত ৰাজ্যত সংঘটিত হ’ল দুটাকৈ এনকাউণ্টাৰৰ ঘটনা। বিশ্বনাথৰ পিছত এইবাৰ দিছপুৰ আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত ইৰাণী গ্ৰুপৰ সদস্য। পলাবলৈ চেষ্টা কৰোতেই কলাক্ষেত্ৰৰ সমীপত আৰক্ষীয়ে গুলীয়ালে ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালাক।

শুকুৰবাৰে দিছপুৰ আৰক্ষীৰ জালত পৰিছিল অমৰ গোৱালা। পৌৰ নিগমৰ ধন লুট কৰিছিল ৪জনীয়া চক্ৰই। ঝাৰখণ্ডৰ পৰা আহিছিল ৪ জনীয়া দলটো। পুতলা পিষ্টল দেখুৱাই লুট কৰিছিল ৩ লাখ ৩৫ হাজাৰ টকা। অমৰ গোৱালাৰ উপৰি আন ৩ সদস্য পলাতক। গুলীবিদ্ধ অমৰ গোৱালাক সম্প্ৰতি ভৰ্তি কৰোৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...