এতিয়াৰে পৰা চিটীবাছত ইমান টকাহে ভাড়া ল’ব পাৰিব, অন্যথা WhatsApp কৰক এই নম্বৰত

গুৱাহাটী মহানগৰীত অধিকাংশ লোকে চিটী বাছ বা ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰশাসনে চিটী বাছসমূহৰ ভাড়াৰ নিৰিখ নিৰ্ধাৰণ কৰি দিছে।

কামৰূপ মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটী বাছৰ নিৰিখ প্ৰকাশ কৰিছে প্ৰশাসনে।

নিয়ম নমনা চালক অথবা বাছসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব প্ৰশাসনে। ইতিমধ্যে সাধাৰণ ৰাইজৰ বাবে নম্বৰো মুকলি কৰিছে।

কোনো অভিযোগ অথবা আপত্তি থাকিলে পোনপটীয়াকৈ যোগাযোগ বা অভিযোগ দাখিল কৰিব পাৰিব। WhatsAppযোগেও যান-বাহন আৰক্ষীক দাখিল কৰিব পাৰিব অভিযোগ।

গ্ৰাহক বা সাধাৰণ ৰাইজে যিকোনো অভিযোগ 69012-69006 আৰু 60261-76755 নম্বৰত WhatsApp যোগে প্ৰেৰণ কৰিব পাৰিব। অন্যথা পৰিবহন বিভাগ(এনফৰ্ছমেণ্ট)ক 95311 07482 নম্বৰত প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰে।

উদণ্ড চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...