বিয়াক লৈ ছাৰা আলী খানৰ বিশেষ চৰ্ত! যিয়ে মানিব এই চৰ্ত তেওঁৰ সৈতেই বহিব বিয়াত

ছাৰা আলী খান। বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানক আপোনালোক সকলোৱে নিশ্চয় জানে! ৰণবীৰ সিং, সুশান্ত সিং ৰাজপুত, অক্ষয় কুমাৰকে ধৰি কেইবাগৰাকী অভিনেতাৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেত্ৰীৰ এখন নতুন ছবি মুক্তি পাব অতিশীঘ্ৰেই।

আতৰংগী ৰে নামৰ নামৰ হিন্দী চিনেমাখনৰ সময়ৰ কথা। এই চিনেমা সম্পৰ্কেই এক সাক্ষাত্কাৰ লৈছিল ই-টাইমছে। সাক্ষাত্কাৰত নিজৰ জীৱনৰ কেইবাটাও দিশৰ বিষয়ে জনাইছিল ছাৰা আলীয়ে। কৈছিল বিয়াৰ বিষয়েও। ছাৰা আলীয়ে কেনে ধৰণৰ ল’ৰাৰ সৈতে বিয়াত বহিবলৈ পছন্দ কৰিব সেই কথা প্ৰকাশ কৰে সাক্ষাত্কাৰটোত।

ছাৰা আলীয়ে এনে এজন ল’ৰাৰ সৈতে বিয়াত বহিব যিয়ে পিছত মান্তি হ’ব ছাৰাৰ মাতৃৰ সৈতে থাকি শুশ্ৰূষা কৰিবলৈ। এইদৰেই সাক্ষাত্কাৰত কয় ছাৰা আলী খানে।

আতৰংগী ৰে নামৰ ছবিখনৰ বিষয়ে ক’বলৈ গৈয়ে ছাৰা আলীয়ে প্ৰকাশ কৰিলে নিজৰ মনৰ কথা। ইতিমধ্যে আতৰংগী ৰে নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে যথেষ্ট চৰ্চাত আছে অভিনেত্ৰী ছাৰা আলী খান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...