টীম ইণ্ডিয়াৰ খেলুৱৈক দিয়া হ’ব কেৱল ‘হালাল’ মাংস; দিয়া নহয় গাহৰি-গৰুৰ মাংস

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া দুখনীয়া টেষ্ট শৃংখলাত ভাৰতীয় পুৰুষ ক্ৰিকেট দলে নিউজিলেণ্ডৰ সৈতে খেলিবলৈ সাজু হৈছে। কানপুৰত অনুষ্ঠিত প্ৰথম টেষ্টৰ পূৰ্বে, ভাৰতৰ এটি আগশাৰী সংবাদ মাধ্যমে টীম ইণ্ডিয়াৰ বাবে “কেটাৰিঙৰ প্ৰয়োজনীয়তা আৰু মেনু” প্ৰাপ্ত কৰিছে। মেনুত তালিকাভুক্ত খাদ্য সামগ্ৰীৰ উপৰিও, এক “গুৰুত্বপূৰ্ণ” নিৰ্দেশনা ৰখা হৈছে, য’ত উল্লেখ কৰা হৈছে যে “কোনো প্ৰকাৰৰ গো-মাংস আৰু গাহৰিৰ মাংস থাকিব নালাগে”। আন এটি নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, “সকলো মাংসৰ সামগ্ৰী হালাল হ’ব লাগিব”।

বিগত কিছু দিন ধৰি ভাৰতীয় ক্ৰিকেট দলৰ বাবে ফিটনেছ এক অত্যন্ত গুৰুত্বপূৰ্ণ চৰ্ত হৈ পৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা সমাপ্ত হোৱাৰ পিছত টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম খন টেষ্ট ১৭ ডিচেম্বৰৰ পৰা জোহান্সবাৰ্গৰ ৱাণ্ডাৰৰ্ছ ষ্টেডিয়ামত আৰম্ভ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...

কলম্বিয়াত ৭.৪ প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্প: ধ্বংসস্তূপত পৰিণত কেইবাখনো চহৰ, মৃতকৰ সংখ্যা ১১১লৈ বৃদ্ধি

সোমবাৰে পশ্চিম কলম্বিয়াত অহা ৭.৪ প্ৰাবল্যৰ এক ভয়াৱহ ভূমিকম্পই...

সন্ধানহীন হোৱা ব্যক্তিৰ ক্ষেত্ৰত তুৰন্তে ৰুজু কৰিব লাগিব এজাহাৰ : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে কোনো ব্যক্তি সন্ধানহীন...