কৃষি আইন বাতিল; বহু চেষ্টা কৰিও কৃষকক বুজোৱাত ব্যৰ্থ হ’লো : প্ৰধানমন্ত্ৰী মোদী

  • প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
  • কৃষি আইন বাতিলৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ
  • ৩ কৃষি আইন বাতিল কেন্দ্ৰীয় চৰকাৰৰ
  • কৃষকৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে
  • প্ৰায় এবছৰ ধৰি চলিছিল কৃষকৰ আন্দোলন
  • আন্দোলন এৰি কৃষিত মনোনিৱেশৰ আহ্বান কৃষকক
  • ‘আমি বহু চেষ্টা কৰিও একাংশ কৃষকক বুজোৱাত ব্যৰ্থ হ’লো’
  • ‘কৃষকসকলৰ হিতৰ বাবে অনা হৈছিল এই কৃষি আইন’
  • ‘মই কৃষকৰ পৰিশ্ৰম আৰু প্ৰত্যাহ্বান ওচৰৰ পৰা দেখিছো’
  • দেশবাসীৰ ওচৰত ক্ষমা প্ৰধানমন্ত্ৰী মোদীৰ
  • সংসদৰ পৰৱৰ্তী অধিৱেশনত কৃষি আইন বাতিলৰ সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিব
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...