বিশ্ব পাৱাৰলিফটিং প্ৰতিযোগিতাত অসমৰ আদিত্যৰাজৰ ৩টা স্বৰ্ণ পদক

কিৰগিজস্তানৰ বিশকেকত WPC (বিশ্ব পাৱাৰলিফটিং কংগ্ৰেছ)ৰ দ্বাৰা শেহতীয়াকৈ অনুষ্ঠিত বিশ্ব পাৱাৰলিফটিং প্ৰতিযোগিতাত শনিবাৰে অসমৰ আদিত্যৰাজ শৰ্মাই তিনিটা সোণৰ পদক লাভ কৰে। ২১ বছৰীয়া খেলুৱৈ আদিত্যৰাজে অনুৰ্ধ ৯০ কিলোগ্ৰাম Full raw junior powerliftingত প্ৰতিদ্বন্দিতা কৰিছিল আৰু প্ৰথম স্থান লাভ কৰিছে। তেওঁ জুনিয়ৰ (২০-২৩ বছৰ) raw deadlift-only ইভেণ্টতটো প্ৰথম স্থান লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...