প্ৰত্যক্ষ ৰাজনীতিৰ পৰা বিদায় মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱালাৰ

মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱালাই কৈছিল যে তেওঁ সোনকালেই ৰাজনীতিৰ পৰা অৱসৰ ল’ব আৰু দলৰ নেতৃত্ব এজন কম বয়সীয়া আৰু উদ্যমী নেতাক অৰ্পণ কৰিব।

৮৩ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদজনে দেওবাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে আৰু ২০২৩ চনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে দলীয় কাৰ্যালয়ত এক ৰাজহুৱা ভাষণত কংগ্ৰেছ নেতাজনে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা সদৰী কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...

বানপীড়িত অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ পেকেজ, ৩.৮ লাখ নতুন PMAY ঘৰ অনুমোদন

অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি...