প্ৰত্যক্ষ ৰাজনীতিৰ পৰা বিদায় মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱালাৰ

মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱালাই কৈছিল যে তেওঁ সোনকালেই ৰাজনীতিৰ পৰা অৱসৰ ল’ব আৰু দলৰ নেতৃত্ব এজন কম বয়সীয়া আৰু উদ্যমী নেতাক অৰ্পণ কৰিব।

৮৩ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদজনে দেওবাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে আৰু ২০২৩ চনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে দলীয় কাৰ্যালয়ত এক ৰাজহুৱা ভাষণত কংগ্ৰেছ নেতাজনে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা সদৰী কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...