ভূমিকম্পৰ জোকাৰণি, চৌদিশে আতংক

কেলিফৰ্ণিয়াত ভূমিকম্পৰ জোকাৰণি। ৰিখ্টাৰ স্কেলত ৭ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি কেলিফৰ্ণিয়াত। স্থানীয় সময় অনুযায়ী দিনৰ ১১.১৫ বজাত অনুভূত হয় কম্পন। ভূমিকম্পৰ ফলত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ। ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হয় বহু বাসগৃহৰ। ভূমিকম্পৰ ফলত ছুনামিৰ আশংকা কৰি উপকূলীয় অঞ্চলৰ লোকক নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাই প্ৰশাসনে। কেলিফৰ্ণিয়া, হামবুল, কাউণ্টিং, ফাৰণ্ডেল চহৰৰ সমীপত ভূমিকম্পৰ উৎস। ৭ প্ৰাৱল্যৰ ভূমিকম্পটোৰ পিছত আহে কেইবাটাও আফটাৰ শ্বক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...