চাঞ্চল্যকৰ অপহৰণকাণ্ডই জোকাৰিছে ঢকুৱাখনা

প্ৰসংগ : ঢকুৱাখনাৰ চাঞ্চল্যকৰ অপহৰণকাণ্ড। ৩৬ ঘণ্টাৰ পিছতো অপহৃতৰ পোৱা নাই কোনো শুংসূত্ৰ। আজিও সন্ধান নাই ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলৰ। বুধবাৰে সন্ধিয়া অপহৰণ কৰিছিল ব্যৱসায়ী দেৱেন্দ্ৰ কুমাৰক। ছদ্মবেশী গ্ৰাহকৰ দলে দোকানৰ পৰা বুধবাৰে সন্ধিয়া অপহৰণ কৰিছিল। মাহধোৱাৰ ব্যৱসায়ী তথা অৱসৰপ্ৰাপ্ত CRP জোৱান দেৱেন্দ্ৰ কুমাৰক। এখন বগা ৰঙৰ বলেৰ’ বাহনত আহিছিল দুৰ্বৃত্তৰ দল। হাৰিয়ানাৰ বাসিন্দা আছিল অপহৃত দেৱেন্দ্ৰ কুমাৰ। ঘটনাৰ পিছতেই পত্নীয়ে ঢকুৱাখনা থানাত দাখিল কৰিছিল এজাহাৰ। কিন্তু বৰ্তমানেও আৰক্ষীও সন্ধান উলিয়াব নোৱাৰিলে দেৱেন্দ্ৰ কুমাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...