৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি দুজনৰ কৰুণ মৃত্যু। এই ঘটনাত আহত হৈছে কুৰিৰো অধিক লোক। কেইবাজনো লোক আবদ্ধ হৈ আছে ধ্বংসস্তূপত। NDRF, SDRF, অগ্নিনিৰ্বাপক বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান। অট্টালিকা খহি হেঁচা মাৰি ধৰিলে এখন ট্ৰাক। আহতসকলক উন্নত চিকিত্সা প্ৰদান কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...