দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত ২,৮২৭জন

দেশত অব্যাহত ক’ভিডৰ সংক্ৰমণ। দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত ২,৮২৭জন। বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু ২৪ জনৰ। দেশত ক’ভিডৰ সংক্ৰমণৰ হাৰ ০.৯৮ শতাংশ। বৰ্তমান দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৯,০৬৭জন। দেশত ক’ভিডৰ আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...