এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত ACS বিষয়া

দৰমহাৰ টকা কেইটাৰে নুজোৰে একাংশ চৰকাৰী বিষয়াক। কেইটামান টকা লৈ ইজন পিছত সিজন বিষয়া পৰিছে দুৰ্নীতি নিবাৰকৰ জালত। তাৰ পিছতো শিক্ষা নলয় একাংশ ঘোচখোৰ বিষয়াই। এইবাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব। দিছপুৰৰ বিষয়াৰ ঘৰতেই টকাৰ পাহাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...