নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’

নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’
এই অনুষ্ঠানতে প্ৰদান কৰা হয় সাহিত্য অকাডেমি বঁটা
নতুন দিল্লীৰ কামানি প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠান
অনুষ্ঠানত সাহিত্য অকাডেমি বঁটা গ্ৰহণ মনোজ কুমাৰ গোস্বামীৰ
‘ভুল সত্য’ গ্ৰন্থৰ বাবে মনোজ কুমাৰ গোস্বামীলৈ এই বঁটা
বিশিষ্ট গল্পকাৰ তথা NKTVৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী
২৪টা ভাৰতীয় ভাষাত প্ৰদান কৰা হয় সাহিত্য অকাডেমী বঁটা
কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উদ্বোধন কৰে সাহিত্যোৎসৱ
৬দিনীয়া সাহিত্যোৎসৱত অংশগ্ৰহণ ৪ শতাধিক সাহিত্যিকৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধুবুৰীৰ ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিক্ষাৰ নামত ছিণ্ডিকেট।ধুবুৰীৰ ঝগ্ৰাৰপাৰত ইংলিছ...

আজি ১ মে’ — আন্তৰ্জাতিক শ্ৰমিক দিৱস

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ ছিকাগো চহৰত হাজাৰ হাজাৰ...

ফলাফল ল’বলৈ ছাত্ৰীগৰাকী আৰু নাই, আজি তাইৰ তিলনী

সপোন আছিল কটন বিশ্ববিদ্যালয়ত পঢ়াৰ। নিজৰ সপোনটো পূৰণ কৰাৰ...

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...