ধাৰত পোত গৈছে ৰাজ্য চৰকাৰ

ধাৰত পোত গৈছে ৰাজ্য চৰকাৰ। কিন্তু কমা নাই মুখ্যমন্ত্ৰী, মন্ত্ৰী তথা শাসকীয় নেতাৰ ভ্ৰমণ বিলাস। এবছৰতে হেলিকপ্টাৰ, চাৰ্টাৰ্ড প্লেনৰ বাবদ ব্যয় ৩৪.১৩ কোটি টকা। বিধানসভাত উন্মোচিত ৰাজ্য চৰকাৰখনৰ ভ্ৰমণ বিলাসিতা।

আৰ্থিক নাটনিৰ জোৰা মাৰিবলৈ চৰকাৰে লৈছে হাজাৰ হাজাৰ কোটিৰ ঋণ। হেলিকপ্টাৰ, চাৰ্টাৰ্ড প্লেনৰ বাবদ ২০২২-২৩ বিত্তীয় বৰ্ষত ব্যয় ৩৪,১৩,৪২,৩০৩ টকা। সাংবাদিকৰ প্ৰশ্নত বিব্ৰত বিধায়ক প্ৰশান্ত ফুকনৰ উঠিল খং। মুখ্যমন্ত্ৰীৰ বাবে হেলিকপ্টাৰ হেনো Luxury নহয় Essentialityহে। ‘অহা-যোৱাৰ কাৰণে হেলিকপ্টাৰ লাগিবই’। ‘হেলিকপ্টাৰৰ ভাৰা দিবলৈ চৰকাৰে লোৱা নাই ঋণ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...