ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্ব
গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ পৰা অব্যাহতি আব্বাছিক
IAS ড০ ওম প্ৰকাশক বন, পৰিৱেশ বিভাগৰ আয়ুক্ত সচিব পদলৈ বদলি
কেইবাখনো জিলাৰ জিলা আয়ুক্তক ৰদ-বদল
হোজাইৰ DC দেৱপ্ৰসাদ মিশ্ৰক গৃহ বিভাগৰ সচিব পদলৈ বদলি
চিৰাঙৰ DC মধুসূধন নাথক বিত্ত বিভাগৰ সচিব পদলৈ বদলি
AIDCৰ পৰিচালন সঞ্চালক পদৰো দায়িত্ব নাথক
বৰপেটাৰ DC ৰোহন কুমাৰ ঝ্যা বৰাক উন্নয়ন বিভাগৰ সচিব পদলৈ বদলি
কাছাৰৰ DC আয়ুস গাৰ্গক SSAMৰ MD পদলৈ বদলি
বঙাইগাঁৱৰ DC দিবাকৰ নাথক ধুবুৰীৰ DC ৰূপে বদলি
দঃ শালমাৰৰ DC ৰাহুল কুমাৰ গুপ্তাক কাছাৰৰ DC ৰূপে বদলি
ওদালগুৰিৰ DC জয়বিকাশক হাইলাকান্দিৰ DC ৰূপে বদলি
মাজুলীৰ DC সৃষ্টি সিঙক মৰিগাঁৱৰ DC ৰূপে বদলি
IAS পৰীক্ষিত থাউদামক দঃ শালমাৰাৰ DCৰ দায়িত্ব
ACS সঞ্জয় দত্তক হোজাইৰ DCৰ দায়িত্ব
ACS ৰাতুল চন্দ্ৰ পাঠকক মাজুলীৰ DCৰ দায়িত্ব
ACS নৱদীপ পাঠকক বৰপেটাৰ DCৰ দায়িত্ব
ACS পুলক পাটগিৰিক ওদালগুৰিৰ DCৰূপে বদলি
ACS কৰৱী শইকীয়া কৰণক বিশ্বনাথৰ DCৰ দায়িত্ব
বিশ্বনাথৰ DC লক্ষীনন্দন চহৰীয়াক বঙাইগাঁৱৰ DC ৰূপে বদলি
ACS গকুল চন্দ্ৰ ব্ৰহ্মক চিৰাঙৰ DC ৰূপে বদলি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...

মণিপুৰৰ কামজঙত পুনৰ হিংসাত্মক ঘটনা; গুলীত প্ৰাণ গ’ল ৫ সন্তানৰ মাতৃৰ, জ্বলাই দিলে কেইবাটাও ঘৰ

মণিপুৰৰ সংঘাতজৰ্জৰিত পৰিস্থিতিৰ মাজতে কামজং জিলাত পুনৰ হিংসাত্মক ঘটনা।...