জোৰোণত ক্লিপ-শ্বেম্পু কিয় দিব লাগে?

বিয়া বিতৰ্কৰ মাজতে যেন হঠাৎ ফেমাছ হৈ পৰিছে ছানছিল্ক শ্বেম্পু। বহুতেই কৈছে জোৰোণতনো ক্লিপ-শ্বেম্পু কিয় দিব লাগে? ছ’চিয়েল মিডিয়াত চলা এই ট্ৰেণ্ডৰ মাজতে যেন একাংশই কৈছে– বৰপেটা আৰক্ষীয়ে হে উলিয়াব পাৰিব বিয়াভঙাৰ উৎস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...