চৰকাৰে দিব সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ

0 209

বিগত কিছু বছৰ ধৰি ৰাজ্যৰ ৰাজকোষৰ কথা চিন্তা কৰি অহা সুৰাপায়ীৰ কথা এইবাৰ চিন্তা কৰিছে চৰকাৰে । কষ্ট নকৰা কৈ ঘৰৰ ওচৰতে বিলাতী সুৰা কি দৰে পাব পাৰি তাৰ কথা চিন্তা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

Leave A Reply

Your email address will not be published.