গ্ৰাম্য আৰু জিলা পুথিভঁৰালৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰি

0 59

এইবাৰ গ্ৰাম্য আৰু জিলা পুথিভঁৰালৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰি। লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’‍বলগীয়া হ’ল প্ৰাক্তন সঞ্চালিকাৰ স্বামী। প্ৰাক্তন সঞ্চালিকাগৰাকীৰ কাৰ্যকালতে সংঘটিত হৈছিল এই বিয়াগোম কেলেংকাৰি। সমগ্ৰ ঠিকা লাভ কৰিছিল প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীৰ স্বামী প্ৰণৱ গোস্বামীয়ে।

Leave A Reply

Your email address will not be published.