ইমাৰজেন্সী চিনেমাখনত কংগনা ৰানাৱটৰ সৈতে অভিনয় কৰিব বাবুল নাথে অসমআঞ্চলিকউত্তৰ পূৱ By NKTV Digital Last updated Nov 25, 2022 0 5,225 Share কংগনা ৰানাৱটৰ সৈতে অভিনয় কৰিব অসমৰ বাবুল নাথে। বোকাখাতৰ আমটেঙাৰ লোকজনে ইমাৰজেন্সী চিনেমাখনত ভাৰতীয় সেনাৰ চৰিত্ৰত অভিনয় কৰিব। বহুচৰ্চিত চিনেমাখনৰ শ্বুটিং অব্যাহত আছে বোকাখাতত। AssamAssam newsIndiaNewsNKTVNKTV News 0 5,225 Share