অলিম্পিকত প্ৰৱেশৰ বাবে হিমাৰ অন্তিমটো সুযোগ

পাটিয়ালাত চতুৰ্থ ভাৰতীয় গ্ৰাঁ প্ৰিত হিমা দাসৰ সাফল্য
৪x১০০ ৰিলে’ ৰেচত স্বৰ্ণ জয় হিমা দাস আৰু তেওঁৰ ৩ সহযোগীৰ
স্বৰ্ণজয়ী দলটোৰ আন সদস্যসকল: এ শুচিন্দ্ৰন, ধনলক্ষ্মী, দ্যুতি চান্দ
৪৩.৩৭ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে দলটোৱে
এই সময়েৰে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে ভাৰতীয় দলটোৱে
২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় অসম কন্যা হিমা দাসৰ
অলিম্পিকৰ কোৱালিফায়িং মাৰ্ক ২২.৮০ ছেকেণ্ড
হিমাই ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে ২২.৮৮ ছেকেণ্ডত
মাথোন ০.০৮ ছেকেণ্ডৰ বাবেহে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা
অলিম্পিকত প্ৰৱেশৰ বাবে আৰু এখন খেল খেলিবলৈ পাব হিমাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...