অলিম্পিকত প্ৰৱেশৰ বাবে হিমাৰ অন্তিমটো সুযোগ

পাটিয়ালাত চতুৰ্থ ভাৰতীয় গ্ৰাঁ প্ৰিত হিমা দাসৰ সাফল্য
৪x১০০ ৰিলে’ ৰেচত স্বৰ্ণ জয় হিমা দাস আৰু তেওঁৰ ৩ সহযোগীৰ
স্বৰ্ণজয়ী দলটোৰ আন সদস্যসকল: এ শুচিন্দ্ৰন, ধনলক্ষ্মী, দ্যুতি চান্দ
৪৩.৩৭ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে দলটোৱে
এই সময়েৰে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে ভাৰতীয় দলটোৱে
২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় অসম কন্যা হিমা দাসৰ
অলিম্পিকৰ কোৱালিফায়িং মাৰ্ক ২২.৮০ ছেকেণ্ড
হিমাই ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে ২২.৮৮ ছেকেণ্ডত
মাথোন ০.০৮ ছেকেণ্ডৰ বাবেহে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা
অলিম্পিকত প্ৰৱেশৰ বাবে আৰু এখন খেল খেলিবলৈ পাব হিমাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...