যোৰহাটত কন্যাসহ ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ!

যোৰহাটৰ নিমাতীঘাটত অঘটন। নিজ কন্যাসহ ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ। মাতৃৰ সৈতে ৮ বছৰীয়া কন্যাই ফেৰীঘাটৰ সমীপতে একেলগে জাপ দিলে ব্ৰহ্মপুত্ৰত।

স্থানীয় ৰাইজৰ তৎপৰতাত মহিলা গৰাকীক উদ্ধাৰ কৰা হয় যদিও এতিয়াও সন্ধানহীন মহিলাগৰাকীৰ কন্যা। সন্ধানহীন কিশোৰী গৰাকীৰ সন্ধানত ইতিমধ্যে আৰম্ভ হৈছে অভিযান। আত্মহননৰ চেষ্টা কৰা মহিলা গৰাকীৰ ঘৰ যোৰহাটৰ দ-গাঁৱত বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...