উত্তৰ প্ৰদেশত কোনে গঠন কৰিব চৰকাৰ, কাৰ হাতলৈ যাব মণিপুৰ?

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে C VOTERৰ জনমত সমীক্ষা


•C VOTERৰ সমীক্ষাত উত্তৰ প্ৰদেশত পুনৰ বিজেপি চৰকাৰ
•উত্তৰ প্ৰদেশৰ ৪০৩খন আসনৰ ভিতৰত বিজেপিক ২৪১-২৪৫ আসন
•সমাজবাদী পাৰ্টীক ১৪৪-১৪৮খন আসন
•উত্তৰ প্ৰদেশত বিএছপিক ৫-৯খন আসন C VOTERৰ
•উত্তৰ প্ৰদেশত C VOTERৰ সমীক্ষাত কংগ্ৰেছক ৩-৭খন আসন

পঞ্জাবত ১১৭খন আসনৰ ভিতৰত সৰ্বাধিক আপক ৫৫-৬৩খন আসন
•পঞ্জাবত কংগ্ৰেছক ২৪-৩০খন আসন
•শিৰোমণি আকালি দলক ২০-২৬খন আসন
•পঞ্জাবত বিজেপিক ৩-১১খন আসন C VOTERৰ

C VOTERৰ মতে উত্তৰাখণ্ডত CONG-BJPৰ তুমুল প্ৰতিদ্বন্দ্বিতা
•উত্তৰাখণ্ডত বিজেপিক ৩১-৩৭খন, কংগ্ৰেছক ৩০-৩৬খন আসন
•উত্তৰাখণ্ডত আম আদমী পাৰ্টীক ২-৪খন আসন

গোৱাৰ ৪০খন আসনৰ ভিতৰত বিজেপিক ১৪-১৮খন, কংগ্ৰেছক ১০-১৪খন
•গোৱাত আপক ৪-৮খন, MGPক ৩-৭খন আসন C VOTERৰ

মণিপুৰৰ ৬০খন আসনৰ বাবে C VOTERৰ সমীক্ষা
•জনমত সমীক্ষা অনুসৰি মণিপুৰত বিজেপিৰ চৰকাৰ
•মণিপুৰত বিজেপিক ২১-২৫খন আসন, কংগ্ৰেছক ১৭-২১খন আসন
•মণিপুৰত NPFক ৬-৮খন, অন্যান্যক ৮-১২খন আসন C VOTERৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...