ৰাঘৱ-পৰিনীতিৰ প্ৰথম সাক্ষাৎ ক’ত হৈছিল?

ৰাঘৱ চাড্ডাক হয়তো আপুনিও চিনি পায়। শেহতীয়াকৈ বলিউডৰ মোহময়ী অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ লগত বিবাহপাশত আৱদ্ধ হৈছে ৰাঘৱ। ৰাঘৱে পৰিনীতিক মে মাহত আঙুঠি পিন্ধাইছিল আৰু তেতিয়াই দুয়োৰে ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। সকলোৱে কেৱল প্ৰশ্ন কৰিছিল যে তেওঁলোকৰ বিয়া কেতিয়া। এতিয়া অপেক্ষাৰ অন্ত পৰিল। অৱশেষত ২৪ছেপ্তেম্বৰ তাৰিখে চাড্ডা পৰিয়ালৰ সদস্য হ’লগৈ বলিউডৰ মোহময়ী অভিনেত্ৰী পৰিনীতি।

ৰাঘৱ-পৰিনীতিৰ প্ৰথম সাক্ষাৎ ক’ত হৈছিল?

পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই লণ্ডনত শিক্ষাগ্ৰহণ কৰিছিল। এক প্ৰতিবেদন অনুসৰি দুয়োজনৰে প্ৰথম সাক্ষাৎ LONDON SCHOOL OF ECONOMICSত হৈছিল। তাত দুয়োজনকে পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। এই প্ৰথম সাক্ষাততে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে। পাছত পঞ্জাৱী চিনেমা ছমকিলাৰ শ্বুটিঙৰ সময়ত দুয়োৰে পুনৰ সাক্ষাৎ হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...