৯ মাহে মহাকাশত কি খাই আছিল সুনীতা উইলিয়ামছে?

৯ মাহে মহাকাশত কি খাই আছিল সুনীতা উইলিয়ামছে? সুনীতা উইলিয়ামছে যাত্ৰা কৰা মহাকাশযানত নিৰ্বাচিত খাদ্যসম্ভাৰ লৈ যোৱা হৈছিল। প্ৰতিগৰাকী মহাকাশচাৰীৰ পচন্দৰ খাদ্যসমূহ বিশেষভাৱে প্ৰস্তুত কৰি নাছাই প্ৰেৰণ কৰিছিল। দৈনিক দাঁত চাফা কৰাৰ বিশেষ ব্যৱস্থাও কৰা হৈছিল। মহাকাশবন্দী সময়ছোৱাত ইলন মাস্কৰ স্পেছ এক্সসহ কেইবাটাও ব্যক্তিগত প্ৰতিষ্ঠানে কাৰ্গ’ মিছনেৰে বিবিধ খাদ্য, পানী আৰু অক্সিজেনৰ যোগান ধৰিছিল। বৰদিনৰ সময়ত যোগান ধৰা হৈছিল বিশেষ খাদ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...