মহাকাশৰ পৰা অহাৰ পিছত কি হ’ব সুনীতা উইলিয়ামছৰ?

কেইটামান ঘণ্টাৰ পিছতেই অপেক্ষাৰ অৱসান ঘটিব। পৃথিৱীলৈ উভতি আহিব মহাকাশচাৰী সুনীতা উইলিয়ামছ। হয়তো আপোনাৰ মনত প্ৰশ্নৰ উদয় হৈছে, মহাকাশৰ পৰা অহাৰ পিছত কি হ’ব সুনীতা উইলিয়ামছৰ? মহাকাশযান অৱতৰণৰ লগে লগে মাটিত ভৰি দিবলৈ দিয়া নহয় সুনীতা উইলিয়ামছক। মহাকাশচাৰীয়ে পৰিধান কৰা ক্ৰু কেপচুল প্ৰথমে খুলি দিয়া হ’ব। ইয়াৰ পিছত সুৰক্ষা প্ৰট’কল অনুসৰি এখন ষ্ট্ৰেচাৰত লৈ অহা হ’ব। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ সৈতে সামঞ্জস্য ৰাখিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। শাৰীৰিক অসুস্থতাসমূহৰ সৈতেও মোকাবিলা কৰিব লাগিব তেওঁলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...