আহি আছে বৰষুণ, ২৭ জানুৱাৰীলৈ কুঁৱলীয়ে ঢাকি ধৰিব আকাশ

ৰাজ্যত ঠাণ্ডাৰ সমান্তৰালভাৱে আহিব পাৰে বৰষুণ। পূব বাংলাদেশৰ ফালে সাগৰ পৃষ্ঠৰ পৰা ১.৫ কি.মি. ওপৰত সৃষ্টি হোৱা বতাহৰ ফলত ৰাজ্যত ঠাণ্ডাৰ ব্যাপক প্ৰভাৱ পৰিব। অসমৰ লগতে অৰুণাচলৰ কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। মেঘালয়কে ধৰি পাহাৰীয়া অঞ্চলত তুষাৰপাত হোৱাৰো সম্ভাৱনা আছে। আগন্তুক ৪ দিনলৈ ৰাজ্যত কুঁৱলীয়ে ঢাকি থোৱাৰো সম্ভাৱনা আছে। এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা ২৫° আৰু সৰ্বনিম্ন ১৪°লৈ নামিব তাপমাত্ৰা পাৰে।


২৭ জানুৱাৰীলৈ মেঘাচ্চন্ন হৈ থাকিব আকাশ। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...