নিথৰুৱা হৈ ৰ’ল উদীয়মান কণ্ঠশিল্পী কমলিকা

কেনেকৈ মানি লোৱা যায় এই বাস্তৱ! কোনোদিন উভতি নহাৰ বাটেৰে গ’লগৈ মাতৃ ভিতালী দাস। জীয়ৰীৰ ছাঁটো হৈ ৰৈ গৈছিল পিতৃ ভূপেন দাস। কিন্তু আজি একে বাটেৰেই গ’লগৈ পিতৃও। নিথৰুৱা হৈ ৰ’ল উদীয়মান কণ্ঠশিল্পী কমলিকা।

Popular

More like this
Related

চামগুৰিত নৱবিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড স্বামীৰ

চামগুৰিত বোৱাৰী নিৰ্যাতনৰ ঘটনা। নৱ বিবাহিতা পত্নীক নিৰ্যাতন পাষণ্ড...

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়

ভাড়াতীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী বিদ্যালয়। মধ্যাহ্ন ভোজনৰ চাউল...

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী

পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি গুৱাহাটীৰ যুৱতী। প্ৰেমিকে পৰিকল্পিতভাৱে হত্যা...

কামৰ চলেৰে বন্ধুৱে মাতি আনি হত্যা কৰিলে বন্ধুক

কাক বিশ্বাস কৰিব মানুহে! কামৰ চলেৰে বন্ধুৱে মাতি আনি...