ছেইফ আলী খানৰ ওপৰত আক্ৰমণঃ আটক হোৱা লোকজনৰ সৈতে আঙুলিৰ চাপৰ মিল নাই প্ৰকৃত দোষীৰ

ছেইফ আলী খানৰ ওপৰত চুৰীৰে হোৱা আক্ৰমণৰ তদন্তত নতুন টুইষ্ট। আৰক্ষীয়ে আটক কৰা সন্দেহজনক লোকজনৰ সৈতে আঙুলিৰ চাপৰ মিল নাই ঘটনাটো সংঘটিত কৰা প্ৰকৃত দোষীৰ। বান্দ্ৰাৰ ঘৰত অভিনেতাজনক ছুৰীৰে আঘাত কৰা দুৰ্বৃত্তজন এতিয়াও পলাতক হৈ আছে। সন্দেহযুক্ত লোকজনক আটক কৰি ৰখা মুম্বাই আৰক্ষীয়ে এতিয়া তেওঁক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। লগতে প্ৰকৃত দোষীৰ সন্ধানত চলিছে আৰক্ষীৰ তীব্ৰতৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...

মন্দিৰত গণহত্যাৰ পৰিকল্পনা ১৯ বছৰীয়া যুৱকৰ; গুলী চলাবলৈ গৈ বিকল হ’ল বন্দুক, গ্ৰেপ্তাৰ অভিযুক্ত

আমেৰিকাৰ চিকাগোৰ সমীপৱৰ্তী ইলিনয়ছৰ অৰোৰা অঞ্চলত থকা এটা হিন্দু...