শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক

শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক। ৰাজ্যৰ বজাৰ আৰু চহৰ-নগৰত শাক-পাচলিৰ খুচুৰা মূল্য আকাশলংঘী। কিন্তু গ্ৰাম্যাঞ্চলৰ বজাৰত শাক-পাচলিৰ পাইকাৰী মূল্য তেনেই পুতৌ লগা। ধিঙৰ পাইকাৰী বজাৰ সমূহত পানীৰ দৰত বিক্ৰী হৈছে কৃষকৰ উৎপাদিত শাক-পাচলি। উপায়ন্তৰ হৈ দূৰ্ভগীয়া কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই কৰা শাক-পাচলি খুৱাইছে গৰুক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...