শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব নতুন নিযুক্তি!

নিবনুৱাৰ বাবে সুখবৰ। শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব নতুন নিযুক্তি। ২০২৬ৰ ভিতৰত ডেৰ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ পদক্ষেপ চৰকাৰৰ। নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ বাবে নিযুক্তি। মুকলি হ’ব ৪,৫০০ পদৰ বাবে নিযুক্তিৰ প্ৰক্ৰিয়া। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ আবেদনৰ সময়সীমা নিৰ্ধাৰণ। dee.assam.gov.in বেৱছাইট যোগে মুকলি কৰা হ’ব আবেদন। X হেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...