শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক

শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক। ৰাজ্যৰ বজাৰ আৰু চহৰ-নগৰত শাক-পাচলিৰ খুচুৰা মূল্য আকাশলংঘী। কিন্তু গ্ৰাম্যাঞ্চলৰ বজাৰত শাক-পাচলিৰ পাইকাৰী মূল্য তেনেই পুতৌ লগা। ধিঙৰ পাইকাৰী বজাৰ সমূহত পানীৰ দৰত বিক্ৰী হৈছে কৃষকৰ উৎপাদিত শাক-পাচলি। উপায়ন্তৰ হৈ দূৰ্ভগীয়া কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই কৰা শাক-পাচলি খুৱাইছে গৰুক।

Popular

More like this
Related

১ এপ্ৰিলৰ পৰা ড্ৰাইভিং লাইচেন্স বাতিল হ’ব পাৰে আপোনাৰ : আহিছে কি নতুন নিয়ম?

নতুন বিত্তীয় বৰ্ষ মঙলবাৰৰ পৰা আৰম্ভ হোৱাৰ লগে লগে...

পৰাপক্ষত নোলাব ঘৰৰ পৰা, গৰমে ভংগ কৰিব পাৰে সৰ্বকালৰ অভিলেখ

জৰুৰী কাম নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ। এইবাৰ প্ৰচণ্ড গৰমে...

মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত চাঞ্চল্যকৰ ঘটনা

মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তত উত্তেজনা। নিশা চাৰি অসমীয়াক অপহৰণ কৰিলে...

পুনৰ বলীউডলৈ উভতি আহিছে নেকি প্ৰিয়ংকা চোপ্ৰা?

ৰাজস্থানৰ বিলাসী হোটেলত ‘দেশী গাৰ্ল’। পুনৰ বলীউডলৈ উভতি আহিছে...