১ ছেপ্টেম্বৰৰ পৰা অসমত সম্পূৰ্ণ আনলক: হিমন্ত বিশ্ব শৰ্মা

১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ আনলক: হিমন্ত বিশ্ব শৰ্মা
এতিয়াই ৰাজহুৱা পৰিবহণ সম্পূৰ্ণ খুলি দিব পৰা নাযায়
১ ছেপ্টেম্বৰৰ পিছত ৰাজহুৱা পৰিবহণ খুলি দিয়া হ’ব
এতিয়াই ৰাজহুৱা পৰিবহণ খুলি দিয়াটো সম্ভৱপৰ নহয়
এতিয়াও গুৱাহাটীত দৈনিক ২০০ সংক্রমণ হৈ আছে
ইতিমধ্যে অসমত বহুখিনি শিথিল কৰা হৈছে
১ ছেপ্টেম্বৰৰ পৰা বাকীখিনিও শিথিল কৰা হ’ব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...