অৰুণাচলৰ গভীৰ নদীত জাঁপ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ নদীত সাঁতোৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি জনসাধাৰণক সতৰ্ক কৰিছে।

গভীৰ আৰু প্ৰবল সোঁত থকা নদীত নানিবলৈ ৰিজিজুৱে আহ্বান জনায়। বিশেষকৈ সাঁতুৰিব নাজানিলে নদীৰ পানীত নামিব নালাগে বুলি তেওঁ সতৰ্ক কৰে।

অৰুণাচল প্ৰদেশৰ নদীত ডুব গৈ ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সময়ত সুৰক্ষাৰ প্ৰতি সজাগ হৈ থাকিবলৈ ৰিজিজুৱে সকলোকে আহ্বান জনাইছে।
ৰাইজক কি আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...