আলফা স্বাধীনৰ সদস্য ভৰ্তিক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া

আলফা স্বাধীনৰ সদস্য ভৰ্তিক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া। অসম আৰক্ষী, ভাৰতীয় সেনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ষড়যন্ত্ৰমূলকভাৱে আলফা স্বাধীনলৈ আকৃষ্ট কৰি পুনৰ গ্ৰেপ্তাৰ কৰাৰ অভিযোগ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক আৰক্ষীয়ে সৃষ্টি কৰা ‘সৃষ্টি আৰু ধ্বংস নীতি’ৰে অসম আৰক্ষী আৰু ভাৰতীয় সেনাই ফেচবুকত বিভিন্ন একাউণ্ট খুলি আলফা (স্বাঃ) যোগদানৰ বাবে একাংশ যুৱকক ঘৰৰ পৰা মাতি পৰৱৰ্তী সময়ত তেওঁলোকে সেই যুৱকসকলক গ্ৰেপ্তাৰ কৰে।

পৰৱৰ্তী সময়ত সেনা-আৰক্ষীৰ এজেণ্ট হিচাপে নিয়োজিত কৰাৰ অভিযোগ আলফা স্বাধীনৰ। এই ষড়যন্ত্ৰত সংবাদকৰ্মী, ছাত্ৰ সংগঠনৰ সদস্য জড়িত থকাৰ অভিযোগ আলফা (স্বাঃ)ৰ। এইসকলক সকীয়নি প্ৰদান আলফা (স্বাঃ)ৰ। সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে কোনো ধৰণৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া বাহাল ৰখা নাই বুলি স্পষ্টীকৰণ আলফা (স্বাঃ)ৰ। ফেচবুকৰ কোনো একাউণ্টে আলফা (স্বাঃ) সদস্য ভৰ্তিৰ বাবে আমন্ত্ৰণ জনালে বিচাৰ বিবেচনা কৰিবলৈ আহ্বান আলফা (স্বাঃ)ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...