বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ দুজন লোকৰ

পুনৰ বহি:ৰাজ্যত মৃত্যু অসমীয়াৰ। বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ দুজন লোকৰ। নিহত লোক দুজন ধুবুৰীৰ চাপৰৰ আছাদ আলী আৰু ধীৰঘাটৰ নুৰ ইছলাম। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈছিল লোক দুজন। অন্ধ্ৰ প্ৰদেশত ট্ৰাক চলাই পৰিয়াল পোহপাল দিছিল দুয়োজনে। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকামকুলাৰ জিলাত দুখন ট্ৰাকৰ সংঘৰ্ষত নিহত হয় দুয়োজন লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...