আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।
আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ।
US NAVYৰ যুদ্ধ বিমান আছিল সংঘৰ্ষত লিপ্ত জেট দুখন।
কথমপি প্ৰাণৰক্ষা জেট দুখনৰ চাৰিওগৰাকী পাইলটৰ।
অৱশ্যে দুৰ্ঘটনাৰ পূৰ্বেই নিজকে ইজেক্ট কৰিবলৈ সক্ষম হয় পাইলটকেইজনে।
এয়াৰ শ্ব’ত সামৰিক কলাকৌশল প্ৰদৰ্শন কৰি আছিল জেট দুখনে।
দুৰ্ঘটনাটোৰ পিছতে বাতিল কৰা হয় এয়াৰ শ্ব’ৰ পৰৱৰ্তী কাৰ্যসূচী।
ভয়ংকৰ দুৰ্ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে সংশ্লিষ্ট বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...