চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।
মুছলমান মানেই বিদেশী নহয়ঃ বসন্ত গোস্বামী।
সকলো মুছলমান বিদেশী নহয়ঃ বসন্ত গোস্বামী।
‘বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন ’।
‘জাতত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা আমাৰ বাপতি সাহোন’।
বৰ্তমান অসমত ৪৮ শতাংশ অসমীয়াভাষী আছে।
‘লোক পিয়লত চৰ-চাপৰিৰ লোকে অসমীয়াভাষী বুলি পৰিচয় নিদিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’ব’।
‘আমি আশাবাদী চৰ-চাপৰিৰ লোকে অসমীয়াভাষী বুলি পৰিচয় দিব’।
তেওঁলোকে অসমীয়াৰ পৰিচয় নিদিলে ৩১,৪১ আৰু ৫১ চনত অসমীয়া সংখ্যালঘু হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...