গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০ ৰ পৰা ৪০ হাজাৰ টকাৰ কাপোৰ। চোৰ নহয় এইবাৰ তেজপুৰত চুৰুণীৰ তাণ্ডৱ। শেহতীয়াকৈ চতিয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে ৩গৰাকী মহিলাক। কাপোৰ কিনাৰ চলেৰে মহিলাকেইগৰাকীয়ে চুৰি কৰিছিল কাপোৰ। কেতেকীবাৰীৰ মিত্ৰাজ বস্ত্ৰম নামৰ বিপণিখনৰ পৰা প্ৰায় ৩০ ৰ পৰা ৪০ হাজাৰ টকাৰ কাপোৰ লৈ উধাও হৈছিল মহিলাকেইগৰাকী। CCTVত বন্দী হৈছিল কাপোৰ চুৰিৰ সমগ্ৰ দৃশ্য। বিপণিখনৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত ৩ চুৰুণীক আটক । আৰক্ষীয়ে চুৰুণী কেইজনীৰ পৰা উদ্ধাৰ কৰে ৪ যোৰ কাপোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...