ড্ৰাগছ সৰবৰাহৰ ব্যৰ্থচেষ্টা, জালত আব্দুল ৰফিক আৰু এমদাদুল ইছলাম

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।

এইবাৰ মৰিগাঁও জিলাৰ ভূৰবন্ধাত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ। ধৃত আব্দুল ৰফিক আৰু এমদাদুল ইছলাম। আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত লোককেইজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজনৰ পৰা ২২ গ্ৰাম ড্ৰাগছসহ এটা মোবাইল, এটা হাত-ঘড়ী লগতে নগদ টকাও জব্দ কৰে। লোককেইজনৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত হাটিমূৰীয়াত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...