ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব’লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ব’লবমৰ বাবে পকালাইনৰ ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিবলৈ যাওঁতেই লুইতত সন্ধানহীন পিতা-পুত্ৰ। সন্ধানহীন পিতৃ কিচন ভূমিজ (৩৮), পুত্ৰ বিশ্বজিৎ ভূমিজ (১২)। ঘটনাস্থলীত উপস্থিত হৈ NDRFৰ দলে দুয়োৰে সন্ধানত অভিযান চলাইছে যদিও এইমুহূৰ্তলৈকে লাভ কৰা নাই কোনো সম্ভেদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...