মুখ্য বাতৰি

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুজন লোক। গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন।...

আৰক্ষীৰ জালত ৪ গভাইত তেল চোৰ, এতিয়াও আত্মগোপন খলনায়কৰ

নগাঁও আৰক্ষীৰ জালত চাৰি গভাইত তেল চোৰ ৷ ধৃত তেলচোৰ কেইটা ডিব্ৰুগড়ৰ নিকুৰঞ্জন গগৈ, তিনিচুকীয়াৰ নৰেন বৰা, ইন্দ্ৰজিৎ চুতীয়া আৰু নগাঁৱৰ প্ৰণৱ শইকীয়া ৷...

গোৱাত নিৰ্দলীয় আৰু MGPৰ সমৰ্থনত বিজেপি-এ গঠন কৰিব চৰকাৰ

গোৱাত চৰকাৰ গঠনৰ দাবী বিজেপিৰনিৰ্দলীয় আৰু MGPৰ সমৰ্থনত গঠন কৰিব চৰকাৰৰাজ্যপালক সাক্ষাতৰ পিছত এই মন্তব্য প্ৰমোদ চাৱন্তৰএকেৰাহে দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে গঠন কৰিব চৰকাৰবৰ্তমানলৈ ১৯...

বিজয় উৎসৱ পালনত নাথাকিব কোনো বাধা-নিষেধ : নিৰ্বাচন আয়োগ

৫ ৰাজ্যৰ নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনানিৰ্বাচনৰ বিজয় উৎসৱ পালনত নাথাকিব কোনো বাধা-নিষেধনিৰ্বাচন আয়োগে জাৰি কৰিলে এই নিৰ্দেশনাসকলো প্রাৰ্থীয়ে বিজয় উৎসৱ পালন কৰিব...

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ৪১,৫৩০টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী গামৰচতুৰ্দশ ৰাউণ্ডৰ অন্তত গামে পালে ৬৬,০৯৪টা ভোটঅজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে পাইছে ২৪,৫৬৪টা...

Popular