ৰেগিঙৰ অপৰাধত বহিষ্কাৰ দুজন ছাত্ৰক

ৰেগিঙৰ অপৰাধত বহিষ্কাৰ দুজন ছাত্ৰক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা। বহিষ্কৃত ছাত্ৰ দুজন ঋতুপৰ্ণ দাস আৰু কিংকু শইকীয়া। দুয়োজন ছাত্ৰই ইঞ্জিনীয়াৰিঙৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ। ঋতুপৰ্ণ দাস বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে প্ৰকাশ কৰিছে এই কথা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...

মন্দিৰত গণহত্যাৰ পৰিকল্পনা ১৯ বছৰীয়া যুৱকৰ; গুলী চলাবলৈ গৈ বিকল হ’ল বন্দুক, গ্ৰেপ্তাৰ অভিযুক্ত

আমেৰিকাৰ চিকাগোৰ সমীপৱৰ্তী ইলিনয়ছৰ অৰোৰা অঞ্চলত থকা এটা হিন্দু...